Jahnabi keyboard APP
1) For Android version above Lollipop please run JAHNABI settings first and accept permission request to avoid app crashes
কেনেকৈ কৰিব:
১) প্ৰথম জাহ্নৱীৰ আইকনটোত ক্লিক কৰি জাহ্নৱীৰ ছেটিংছলৈ গৈ প্ৰয়োজনীয় permission request accept কৰি লওক
২) মবাইলৰ ছেটিংছলৈ গৈ language and input option ত গৈ জাহ্নৱী সক্ৰিয় কৰি লওক
৩) পুনৰ জাহ্নৱীৰ ছেটিংছলৈ গৈ language লৈ যাওক আৰু use system language option টো বন্ধ কৰি অসমীয়া কী বোৰ্ড সক্ৰিয় কৰি লওক